Back to Assamese Language Pack Assamese Language Pack
Meditation and Mindfulness Loading Icon - Person Seated in Lotus Pose
Thumbnail Image of কৃষ্ণভাৱনামৃতলৈ উত্তৰণ

কৃষ্ণভাৱনামৃতলৈ উত্তৰণ (Krushna Bahabonamrutalaee Uttaran)

Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ

Description

কৃষ্ণভাৱনামৃত অবিহনে এজন ব্যক্তি পানীৰ পৰা উঠাই অনা মাছৰ দৰে আৰু তেওঁ সকলোধৰণৰ জাগতিক সা-সুবিধা থকা সত্ত্বেও সুখী হ'ব নোৱাৰে। কিন্তু এই গ্ৰন্থত সন্নিৱিষ্ট কৰা কৃষ্ণভাবনামৃতৰ সৰল তথা বাস্তৱিক পন্থা অনুসৰণৰ দ্বাৰা আমি অসীম সুখ আৰু আনন্দৰে পৰিপূর্ণ এক জীৱন লাভ কৰিব পাৰে।

Sample Audio

Copyright © 1972, 2022, 2026 BHAKTIVEDANTA BOOK TRUST (E 5032). All rights reserved.
All content, books, digital media, website design, and software are owned by Bhaktivedanta Book Trust.