শ্ৰীমদ্ভাগৱত (প্রথম স্কন্ধ) (Srimad Bhagavatam-PrathamSkandha)
Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ
Description
“সূৰ্যৰ দৰে সমুজ্জ্বল ধর্ম, জ্ঞান আদিৰে সৈতে ভগৱান শ্রীকৃষ্ণই নিজৰ ধামলৈ প্রত্যাৱৰ্তন কৰাৰ ঠিক পাছতেই এই ভাগৱত পুৰাণখন উদয় হৈছিল। কলি যুগত যিসকল লোকে অজ্ঞতাৰ ঘোৰ অন্ধকাৰৰ ফলত নিজৰ দৃষ্টি শক্তি হেৰুৱাই পেলাইছে। তেওঁলোকে এই পুৰাণৰ পৰা পোহৰ পাব।”(শ্রীমদ্ভাগৱত ১.৩.৪৩)
Sample Audio